দুটি ওঠৰ মিচিকিয়া হাঁহি।
ৰঙা পোছাক যোৰত লাগিছে
তোমাক শাৰদ সুন্দৰী।।
ৰভা তলত মিচিকিয়া হাঁহিৰে
কিনো কথা বাৰু কʼলা।
পূজা মেলাত ঘূৰি ফুৰোঁতে
খুন্দাটো ভাল কৈ দিলা।।
হাতৰ ঘড়ীটোত হে,
দুপাতা খন
লগাব নোৱাৰিলা।।
লেখা :- শ্ৰী কুঞ্জ মোহন কাকতি।
জিলা :- মৰিগাঁও (অসম)
দূৰভাষ :- ৮০১১৭৯৭৮৪৪
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ