সাধাৰণ জ্ঞান

@admin
0
১/ অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰ:- অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল।

২/ অসমৰ প্ৰথম মহিলা IAS (আই. এ. এছ.) কোন আছিল?
উত্তৰ:- পাৰুল দাস।

৩/ কোনজন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল।

৪/ বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল?
উত্তৰ:- ৰাধা গোবিন্দ বৰুৱাই বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰাইছিল।

৫/ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য কোন আছিল?
উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)