যৌতুক••চিন্ময়‌ নাথ

@admin
0
সীমা আৰু ৰাজেশ দুয়োজনে মনে প্ৰাণে ভাল পাই বিয়াত বহিছিল । কিন্তু বিয়াৰ কেইমাহমান পিছৰ পৰা তাইক ৰাজেশ আৰু তাৰ পৰিয়ালৰ লোকে ইমানে অত্যাচাৰ কৰিছিল যে তাই মৃত্যুক আকোঁৱালি ল'লে । তাইৰ মৃত্যুৰ কথা শুনি সকলোৱে আচৰিত মানিলে । 
  পিছত আৰক্ষীৰ তদন্তত সকলোৱে গম পালে যে ছোৱালীজনীৰ পৰিয়ালে বিয়াত যৌতুক নিদিয়াৰ বাবে তাই মৃত্যুক আকোঁৱালি ল'ব লগা হ'ল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)