Home মিন্টু গোৱলা নিয়ৰকণা••মিন্টু গোৱলা নিয়ৰকণা••মিন্টু গোৱলা personRinku Rajowar October 04, 2023 0 share শুভ্ৰ পোছাকেৰে ফটিক হৈ মুকুতাৰ দৰে জিলিকি উঠা,মণি সদৃশ এটোপাল বোৰ এটি মাথোঁ ফটিক পানী ।সেমেকা সেমেকা হাতৰ স্পৰ্শইমনতো আমোল -মোল কৰি তুলে।✍️মিন্টু গোৱলা, লখিমপুৰ কদম Tags কবিতামিন্টু গোৱলা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ