মোৰ ভিতৰলৈ তুমি সোমাই আহা••ৰাকেশ নাথ

Unknown
0
মোৰ ভিতৰলৈ তুমি সোমাই আহা, 
দেখিবা শতিকাৰ আটাইবোৰ বেশ্যাৰ আৰ্তনাদ , 
বুভুক্ষু মানুহৰ চকুলো, 
পিয়াহঁত মৰা শিশু, 
নজন্মা ভ্ৰূণ, 
আৰু দেখিবা,
লাহে লাহে গাঢ় হৈ অহা
বিপ্লৱৰ ৰঙা সূৰ্য ! 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)