১২ অক্টোবৰ ইতিহাসত আজিৰ দিনটো

©Admin
0

১২ অক্টোবৰ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮৫তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৮০টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

১/ আজিৰ দিনটোতে ১৯৫৭ চনত ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান ভিলাই ইস্পিট কাৰখানাত প্ৰথম ইস্পিট উৎপাদন আৰম্ভ হয়।

২/ আজিৰ দিনটোতে ১৯৮৬ চনত মধ্য আমেৰিকাৰ প্ৰশান্ত মহাসাগৰৰ উপকূলৱৰ্তী সৰু দেশ এল ছালভাদেৰাত ভূমিকম্পৰ ফলত ১৮০০ লোকৰ মৃত্যু হয়।

৩/ আজিৰ দিনটোতে ১৮৬৪ চনত ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী কৰ্মী কামিনী ৰায়ৰ জন্ম হৈছিল।

৪/আজিৰ দিনটোতে ১৯৬৭ চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)