সাধাৰণ জ্ঞান -কুইজ

©Admin
0
১/নলিনীবালা দেৱীয়ে কিমান চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল?

উত্তৰ:-  ১৯৬৭ চনত ।

২/ অভিনেত্ৰী চেতনা দাসক কোন চনত আম্বেদকাৰ বঁটা প্ৰদান কৰা হৈছিল?

উত্তৰ:- ২০০০ চনৰ ৫ ডিচেম্বৰ তাৰিখে।

৩/'বড়ো খুন্তাই’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ:- ‘বড়ো খুন্তাই’ গুণেশ্বৰ মুছাহাৰীয়ে ৰচনা কৰিছিল।

৪/‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ লেখক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল?

উত্তৰ:-  ১৯৭৯ চনত।

৫/অসমীয়া সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ বঁটাটো নাম কি?

উত্তৰ:-  অসম উপত্যকা সাহিত্য বঁটা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)