যেনেকৈ ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰিব ।
আমি তেনেকুৱা নহয় যি সকলোৰে ,
ভাল- ৱেয়া কথা শুনিব লাগিব।
কাৰণ আমি ,আমি হয় !
যিয়ে সমাজত সকলোবোৰ স্বাধীনতা পাব বিচাৰে ।
আমি তেনেকুৱা নহয় যি দমীত কৰোৱা যাব ,
মানুহে যেনেকৈ ইচ্ছা তেনেকৈ ব্যৱহাৰ কৰিব ।
কেতিয়াবা যদি মৰম ,আকৌ কেতিয়াবা অত্যাচাৰ,
আমি কোনো খেলা বস্তু নহয় ,যি খেলা যায় ।
কাৰণ আমি, আমি হয় !
যাৰ নিজৰ এটি পৰিচয় আছে ।
আমি তেনেকুৱা নহয় যি আন কাৰোঁবাৰ ওচৰত
আচল পাতিম !
আমি তেনেকুৱা নহয় যি নিজৰ সপোন পূৰণ নকৰিম ,
আমি তেনেকুৱা হয় যিয়ে সকলো সমস্যাৰ সম্মুখীন হব পাৰোঁ।
কাৰণ আমি, আমি হয়!
যি স্বাধীন ভাৰতবৰ্ষৰ ছোৱালী হয় ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ