তোমাৰ ঠিকনা••পিংকি শৰ্মা

Rinku Rajowar
0
কেনিবা কেনিবা লগা সময়ত
হঠাতে এদিন
তোমাৰ আৰু মোৰ প্ৰেম হৈছিল.......
মনে মনে তোমাক বিচাৰি
হৃদয়খনে হাহাঁকাৰ কৰিছিল......
দেহে মনে কিবা শিহৰণ অনুভৱ.......
হৃদয়ৰ ভাঁজে ভাঁজে তোমাৰ ঠিকনা......
যিদিনা তুমি আহিবা...... 
সিদিনা
লগ পালে ক'ম বুলি ভাবি থকা কথাটি
কোৱা আগতেই.......
আলফুলে তুমি ল'লা 
বুকুত সাৱটি......
এন্ধাৰৰ নিশ্চয়তা সপোনৰ লগত
আপোন পহৰা হৈ
তোমাক বিচাৰোঁ........
তোমাৰ গভীৰ বুকুৰ উত্তাপ বিচাৰোঁ
তোমাৰ মৰম বিচাৰোঁ...........।






✍️ পিংকি শৰ্মা।
স্নাতক প্ৰথম ষাণ্মাসিক
টিয়ক, বনাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)