বিশ্বাস••জোনমণি ৰয়

Rinku Rajowar
0
যদি বিশ্বাস আছে তোমাৰ নিজৰ ওপৰত ,
যদি বিশ্বাস আছে তোমাৰ কৰ্মৰ ওপৰত,
সেই বিশ্বাসে আনি‌ দিব পাৰে 
তোমাৰ জীৱনত এক বিশেষ উদ্যমতা।
তোমাৰ বিশ্বাসে হয় তোমাৰ প্ৰেৰণা।
বিশ্বাসে গঢ়ি তোলে নানা সম্পৰ্ক ।
বিশ্বাসে গঢ়ি তোলে নানা সৃষ্টিৰাজীক।
বিশ্বাসে গঢ়ি তোলে এক নতুন পথৰ যাত্ৰা ।
বিশ্বাসে গঢ়ি তোলে এখন সংসাৰ।
বিশ্বাসে গঢ়ি তোলে মৰম চেনেহৰ এক একতাৰ সমন্বয়ী যাত্ৰা ।
 
◾জোনমণি ৰয় ,তিত্কা তাজে

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)