সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৪ ফেব্ৰুৱাৰী তাৰিখে।
২/আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল ?
উত্তৰ: ১৬৬৯ চনত ।
৩/ Google কোন চনত আবিষ্কাৰ কৰা হৈছিল ?
উত্তৰ: ১৯৯৮।
৪/হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আবিৰ্ভাৱ হয় ?
উত্তৰ: ৭৬ বছৰ ।
৫/গোৱাল পাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় ?
উত্তৰ: কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে ।
৬/দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে ?
উত্তৰ: ১৯৩১ চনত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)