প্ৰথম আৰু একমাত্ৰ হৈ,
প্ৰান্তে প্ৰান্তে জিলিকিছে
সসাগৰা হৈ
সাহিত্যৰ চানেকি ।
এদিন ইতিহাস হ'ব ,
সময়ে সুঁৱৰিব,
শব্দ ব্ৰহ্মণে নম: ।
তিনি বছৰীয়া স্বৰ্ণিল সময়,
ত্যাগ , কষ্টৰ অন্য নাম ,
অসমীয়া সাহিত্যৰ চানেকি ।
চানেকিয়ে চানেকি ৰাখিছে ,
এদিন উজ্বলি উঠিব,
নীলিম আকাশ চুব ।
◾হেমেন হাজৰিকা
ৰাণী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ