ভাৰতৰ 28 খন ৰাজ্য আৰু ৰাজধানীসমূহ

@admin
0
1. What is the name of the capital of Punjab ? 
(পঞ্জাৱৰ ৰাজধানীৰ নাম কি ?) 
A) চণ্ডীগড়/Chandigarh
B) ডেৰাডুন/Dehradun
C) ছিমলা/Shimla
D) ধৰ্মশালা/Dharamshala
Ans- A) চণ্ডীগড়/Chandigarh

2. What is the capital of Haryana ?
(হাৰিয়ানাৰ ৰাজধানী কি ?) 
A) চণ্ডীগড়/Chandigarh
B) ডেৰাডুন/Dehradun
C) ছিমলা/Shimla
D) ধৰ্মশালা/Dharamshala
Ans- A) চণ্ডীগড়/Chandigarh

3. What is the name of the capital of Uttarakhand ?
(উত্তৰাখণ্ডৰ ৰাজধানীৰ নাম কি ?) 
A) গেয়াৰচাইন/Gairsain
B) ডেৰাডুন/Dehradun
C) জয়পুৰ/Jaipur
D) A আৰু B দুয়োটা/Both A and B
Ans- D) গেয়াৰচাইন (Summer), ডেৰাডুন (Winter) 

4. What is the capital of Himachal Pradesh ?
(হিমাচল প্ৰদেশৰ ৰাজধানী কি ?) 
A) ছিমলা/Shimla
B) ধৰ্মশালা/Dharamshala
C) A আৰু B দুয়োটা/Both A and B
D) ৰাজধানী নাই/No capital
Ans- C) ছিমলা (গ্ৰীষ্মকালীন) ধৰ্মশালা (শীতকালীন) 

5. What is the capital of Rajasthan ?/
(ৰাজস্থানৰ ৰাজধানী কি ?) 
A) গান্ধীনগৰ/Gandhinagar
B) জয়পুৰ/Jaipur
C) ভূপাল/Bhopal
D) ৰায়পুৰ/Raipur
Ans- B) জয়পুৰ/Jaipur

6. What is the capital of Gujarat ?
(গুজৰাটৰ ৰাজধানী কি ?) 
A) আহমেদাবাদ/Ahmedabad
B) গান্ধীনগৰ/Gandhinagar
C) ৰাজকোট/Rajkot
D) চুৰাট/Surat
Ans- B) গান্ধীনগৰ/Gandhinagar

7. What is the name of the capital of Madhya Pradesh ?
(মধ্যপ্ৰদেশৰ ৰাজধানীৰ নাম কি ?) 
A) ভূপাল/Bhopal
B) পাটনা/Patna
C) জয়পুৰ/Jaipur
D) ৰায়পুৰ/Raipur
Ans- A) ভূপাল/Bhopal

8. What is the capital of Chhattisgarh?
(ছত্তীশগড়ৰ ৰাজধানী কি ?) 
A) ৰাঁচী/Ranchi
B) পাটনা/Patna
C) জয়পুৰ/Jaipur
D) ৰায়পুৰ/Raipur
Ans- D) ৰায়পুৰ/Raipur

9. What is the name of the capital of Jharkhand ?
(ঝাৰখণ্ডৰ ৰাজধানীৰ নাম কি ?) 
A) ৰাঁচী/Ranchi
B) পাটনা/Patna
C) লক্ষ্ণৌ/Lucknow
D) ৰায়পুৰ/Raipur
Ans- A) ৰাঁচী/Ranchi

10. What is the capital of Bihar ?
(বিহাৰৰ ৰাজধানী কি ?) 
A) ৰাঁচী/Ranchi
B) পাটনা/Patna
C) লক্ষ্ণৌ/Lucknow
D) চণ্ডীগড়/Chandigarh
Ans- B) পাটনা/Patna

11. What is the capital of Uttar Pradesh ?
(উত্তৰ প্ৰদেশৰ ৰাজধানী কি ?) 
A) গান্ধীনগৰ/Gandhinagar
B) ছিমলা/Shimla
C) লক্ষ্ণৌ/Lucknow
D) ভূৱনেশ্বৰ/Bhubaneswar
Ans- C) লক্ষ্ণৌ/Lucknow

12. What is the name of the capital of West Bengal ?
(পশ্চিমবংগৰ ৰাজধানীৰ নাম কি ?) 
A) অমৰাৱতী/Amaravati
B) ছিমলা/Shimla
C) কলকাতা/Kolkata
D) ভূৱনেশ্বৰ/Bhubaneswar
Ans- C) কলকাতা/Kolkata

13. What is the capital of Odisha?
(উৰিষ্যাৰ ৰাজধানী কি ?) 
A) অমৰাৱতী/Amaravati
B) পুৰী/Puri
C) হায়দৰাবাদ/Hyderabad
D) ভূৱনেশ্বৰ/Bhubaneswar
Ans- D) ভূৱনেশ্বৰ/Bhubaneswar

14. What is the name of the capital of Andhra Pradesh ?
(অন্ধ্ৰপ্ৰদেশৰ ৰাজধানীৰ নাম কি ?) 
A) অমৰাৱতী/Amaravati
B) পুৰী/Puri
C) হায়দৰাবাদ/Hyderabad
D) চেন্নাই/Chennai
Ans- A) অমৰাৱতী/Amaravati

15. What is the capital of Telangana ?
(তেলেংগানাৰ ৰাজধানী কি ?) 
A) অমৰাৱতী/Amaravati
B) পুৰী/Puri
C) হায়দৰাবাদ/Hyderabad
D) চেন্নাই/Chennai
Ans- C) হায়দৰাবাদ/Hyderabad

16. What is the capital of Tamil Nadu ?
(তামিলনাডুৰ ৰাজধানী কি ?) 
A) কাঞ্চিপুৰম/Kanchipuram
B) মাদুৰাই/Madurai
C) তিৰুৱনন্তপুৰম/Thiruvananthapuram
D) চেন্নাই/Chennai
Ans- D) চেন্নাই/Chennai

17. What is the capital of Kerala ?
(কেৰালাৰ ৰাজধানী কি ?) 
A) কাঞ্চিপুৰম/Kanchipuram
B) মাদুৰাই/Madurai
C) তিৰুৱনন্তপুৰম/Thiruvananthapuram
D) কোচি/Kochi
Ans- C) তিৰুৱনন্তপুৰম/Thiruvananthapuram

18. What is the capital of Maharashtra ?
(মহাৰাষ্ট্ৰৰ ৰাজধানী কি ?) 
A) নাছিক/Nashik
B) পুনে/Pune
C) ঔৰংগবাদ/Aurangabad
D) মুম্বাই/Mumbai
Ans- D) মুম্বাই/Mumbai

19. What is the capital of Karnataka ?
(কৰ্ণাটকৰ ৰাজধানী কি ?) 
A) বেংগালুৰু/Bengaluru
B) মংগলুৰু/Mangaluru
C) বল্লৰী/Ballari
D) কালাবুৰাগী/Kalaburagi
Ans- A) বেংগালুৰু/Bengaluru

20. What is the capital of Goa ?
(গোৱাৰ ৰাজধানী কি ?) 
A) মাৰ্গাও/Margao
B) পানাজী/Panaji
C) মাপুছা/Mapusa
D) কেণ্ডোলিম/Candolim
Ans- B) পানাজী/Panaji

21. What is the name of the capital of Sikkim ?
(ছিকিমৰ ৰাজধানীৰ নাম কি ?) 
A) পেলিং/Pelling
B) নামচি/Namchi
C) গেংটক/Gangtok
D) আগৰতলা/Agartala
Ans- C) গেংটক/Gangtok

22. What is the capital of Meghalaya ?
(মেঘালয়ৰ ৰাজধানী কি ?) 
A) শ্বিলং/Shillong
B) নামচি/Namchi
C) ইটানগৰ/Itanagar
D) আগৰতলা/Agartala
Ans- A) শ্বিলং/Shillong

23. What is the capital of Tripura ?
(ত্ৰিপুৰাৰ ৰাজধানী কি ?) 
A) আইজল/Aizawl
B) নামচি/Namchi
C) ইটানগৰ/Itanagar
D) আগৰতলা/Agartala
Ans- D) আগৰতলা/Agartala

24. What is the capital of Arunachal Pradesh ?
(অৰুণাচল প্ৰদেশৰ ৰাজধানী কি ?) 
A) আইজল/Aizawl
B) নামচি/Namchi
C) ইটানগৰ/Itanagar
D) কহিমা/Kohima
Ans- C) ইটানগৰ/Itanagar

25. What is the capital of Mizoram ?
(মিজোৰামৰ ৰাজধানী কি ?) 
A) আইজল/Aizawl
B) নামচি/Namchi
C) পেলিং/Pelling
D) কহিমা/Kohima
Ans- A) আইজল/Aizawl

26. What is the capital of Nagaland ?
(নাগালেণ্ডৰ ৰাজধানী কি ?) 
A) ইম্ফল/Imphal
B) মোকোকচুং/Mokokchung
C) ডিমাপুৰ/Dimapur
D) কহিমা/Kohima
Ans- D) কহিমা/Kohima

27. What is the capital of Manipur ?
(মণিপুৰৰ ৰাজধানী কি ?) 
A) ইম্ফল/Imphal
B) ডিমাপুৰ/Dimapur
C) তামেংলং/Tamenglong
D) উখৰুল/Ukhrul
Ans- A) ইম্ফল/Imphal

28. What is the capital of Assam ?
(অসমৰ ৰাজধানী কি ?) 
A) নগাঁও/Nagaon
B) দিছপুৰ/Dispur
C) শিৱসাগৰ/Sivasagar
D) জালুকবাৰী/Jalukbari
Ans- B) দিছপুৰ/Dispur

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)