আঘোণৰ পথাৰ▪️▪️দৰ্শনা দাস

@admin
0
আঘোণৰ পথাৰ
ধানপাতত সেমেকা 
কুঁৱলীৰ বেজাৰ।

হাউলি হালিছে 
জহা ধানৰ থোক,
ৰঙা বেলি গৰকি 
থোকত সাঁনিল মোহ।

কুঁৱলী ফালি তাই
দাৱনী কোন?
বুকুত ভাঁহি আহে
ৰবাব টেঙাৰ গোন্ধ।

                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)