স্তৱক▪️সোনেশ্বৰী ডেকা

Rinku Rajowar
0
বছৰৰ বিহু বুলি আশা
  বুকুত বান্ধি থোৱা 
নাপালোঁ খাবলৈ একো 
   তুমিও চোন মোক অৱহেলা কৰিলা
মোক যে নিবলৈ ৰৈ আছে
    সৌৱা চোৱা কেনেকৈ আহিছে।।
 বিদায় সোণ বিদায়
    নাহো আজিৰ পৰাই।।


✍️সোনেশ্বৰী ডেকা।
ৰঙিয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)