২৮ ডিচেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৬২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হয়।
২/ আজিৰ দিনটোতে ১৮৯৫ চনত লুমিয়েৰ ভাতৃদ্বয়ে চিনেমাটোগ্ৰাফ আৱিষ্কাৰ কৰে।
৩/আজিৰ দিনটোতে ১৯০৭ চনত অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি
গণেশ গগৈৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৯১১ চনত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক
ফনি মজুমদাৰৰ জন্ম হৈছিল।
৫/আজিৰ দিনটোতে ১৯৬৭ ভাৰতীয় সংগীত শিক্ষক, সংগীতবিদ আৰু হিন্দুস্তানী শাস্ত্ৰীয় গায়ক
ওঙ্কাৰনাথ ঠাকুৰৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ