নাৰী••বন্দনা চৌধুৰী

@admin
0
নদীৰ দৰে অহৰহ বৈ যায় 
 নিৰবধি বুকুৰ মাজতে 
 এপাচি দুখ যন্ত্ৰণা আৰু
 একাজলি মৰম সকলো সামৰি 
 বৈ যায় নিৰবধি ধৈৰ্য্য , 
সহ্য সকলো অলঙ্কাৰেৰে আৱৰি 
বৈ যায় নিৰবধি কিন্তু
 সময়ে সোঁত সলাই ধৈৰ্য্যৰো সীমা
 থাকে নাৰীৰ সংজ্ঞা সলনি হয়
 নাৰী এক হৃদয়ৰ বিজ্ঞাপন নহয় নাৰী 
এতিয়া বজ্ৰসম কঠিনৰ 
পৰা কঠিনতাৰ দিশে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)