বাস্তৱ জীৱন••কুঞ্জ মোহন কাকতি

@admin
0
বুকুত আছে অযুত সপোন,
অঁকা আছে তোমাৰ নামত ভালপোৱা ছবি।
লিখিছোঁ তোমাৰ নামতে অবুজ কবিতা,
কবিতা ভাষা স্পন্দনহীন।
সপোনে ভালপোৱা ঠিকনা বিচাৰে,
 ৰঙীন ৰং ঘৰ সাজে
যি আজিও হোৱা নাই সমাপ্ত।
এবাৰ গঢ়ো, এবাৰ ভাঙো
প্ৰয়োজন মাথোঁ তোমাৰ 
 শব্দ দামী ইটাৰ।।
 সপোনৰ কবিতা আগুৱাই,
 বাস্তৱে ভেঙুচালি কৰে।
 উফ্! কিমান যে বেদনাময়
 জীৱনৰ বাক্য বোৰ।।
                         •••••••             

                         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)