কেতিয়া নুমাব নাপাওঁ গম ।
ৰশ্মি বিকিৰণ কৰা মোৰ কাম
তেতিয়াহে পাওঁ মই মোৰ দাম। হয় যদি বতৰ অনুকুল
পৃথিৱীয়ে গম পাব মোৰ মূল
প্ৰতিকুল পৰিস্থিতিত পৰি ৰ'লো মই
ভাবো আৰু যেন অনিষ্ট নহয় ।
এছাটি বতাহ মাথো বলে
হৰি নিব প্ৰাণ চল পালে ।
নোৱাৰি থাকিব অকলশৰে
কাণে কাণে আহি যেন ক'লে ।
◾নবীন চন্দ্ৰ মেধি
গোলাঘাট ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ