মাজতো আজি মই নিসংগ ।
বন্ধুবিহীন মই অকলশৰীয়া
অকলশৰেই কৰো অহা-যোৱা ।
নিসংগ জীৱনৰ জ্বালা যন্ত্ৰণা
কৰিব নোৱাৰো বৰ্ণনা ,
অকলশৰেই কৰো পাৰ
ঘনঘোৰ অমানিশা কতনা ।
প্ৰিয় বন্ধু প্ৰিয় মিত্ৰ
কিযে মিঠা শব্দ ,
টকাৰ অবিহনে এই সকলোবোৰৰ
নাই যে কোনো অৰ্থ ।
ধনেই ধৰ্মৰ মূল
জ্ঞানী লোকে কয় ,
ধন নহ'লে যায় জাতি কুল
সমূলি মিছা নহয় ।
✍️নবীন চন্দ্ৰ মেধি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ