সোণোৱালী শৈশৱ তুমি অনুপস্থিত▪️সত্যজিৎ কলিতা

@admin
1
তাহানিৰ কথা মনত কৰানে কেতিয়াবা বন্ধু ?
সোণোৱালী শৈশৱৰ কথা সোঁৱৰা নে কেতিয়াবা বন্ধু?
সেই সময় আৰু আৰু এই সময়।
সন্ধিক্ষণ বাস্তৱৰ, 
আঘোণৰ পথাৰ আৰু সোণোৱালী ধান।
কথাবোৰ নষ্টালজিয়া উমান।
তুমি প্ৰাণচঞ্চল এটি উন্মদনা, 
তোমাৰ বিৰহত ধূসৰ মোৰ আশা।
সম্প্ৰতি তুমি অনুপস্থিত, 
অতি দূৰত কৰা স্থিতি, 
সেই যে কালৰ গতি
ৰুধিব নোৱাৰা অনন্ত ।
আশাৰ সুঘ্ৰাণ , 
আঁতৰি গৈছা তুমি হে , 
 সোণোৱালী শৈশৱ।


Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment