মৌনতা -সুস্মিতা দাস

@admin
0
ইমান দিন কিছুমান মানুহৰ কথা শুনি শুনি প্ৰজ্ঞাশ্ৰীয়ে বহুত ডাঙৰ ভুল কৰিলে, যাৰ বাবে নিজৰ মাক দেউতাকৰ লগতে তাই গোটেই পৰিয়ালটোকে হেৰুৱাবলগীয়া হৈছে। মাথোঁ স্বাৰ্থপৰ, লুভীয়া এজনৰ বাবে, যাক তাই গোটেই জীৱন নিজৰ কৰিম বুলি ভাৱিছিল । কিন্তু, সি প্ৰজ্ঞাশ্ৰীৰ লগত প্ৰতাৰণা কৰিলে । হয়তো তাৰবাবেই প্ৰজ্ঞাশ্ৰীয়ে নিজৰ জীৱনৰ একমাত্ৰ লগৰী হিচাপে মৌনতাকে বাছি ল'লে ।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)