সাধাৰণ জ্ঞান

©Admin
0
প্ৰশ্ন: পদার্থ বিজ্ঞানত প্রথম নােবেল বটা পােৱা বিজ্ঞানীজনৰ নাম কি?
উঃ উইলহেম বণ্টজেন ।
প্ৰশ্ন: ফ্ৰিজত ব্যৱহাৰ কৰা শীতলকাৰক বিধৰ নাম কি ?
উঃ ফ্রিয়ন ।
প্ৰশ্ন: টিউব লাইটত নিয়ন গেছ প্রথম কোনে ব্যৱহাৰ কৰে ?
উঃ ফৰাচী বিজ্ঞানী ক্লাইভে ১৯১০ চনত ।
প্ৰশ্ন: কোন গৰাকী পদার্থ বিজ্ঞানীয়ে নার্জী বাহিনীৰ কবলৰ পৰা নিজৰ নােবেল বঁটা পদকটো ৰক্ষা কবিবলৈ তাক এচিডত দ্রবীভূত কৰি ৰাখি পিচত দ্রবণখিনিৰ পৰা পুনৰ পদকটো গঢ়াই লৈছিল ?
উঃ নীলচ ব’ৰ ।
প্ৰশ্ন: হাতঘড়ী প্রথম কেতিয়া, ক’ত সাজি উলিওৱা হৈছিল ?
উঃ ১৭৯০ চনত চুইজাৰলেগুত ।
প্ৰশ্ন: আটাইতকৈ বিষাক্ত মৌল বিধৰ নাম কি ?
উঃ পুটোনিয়াম।
প্ৰশ্ন: পৰীক্ষামূলকভাৱে প্রথম ভূ-গর্ভত পৰমাণু বােমাৰ বিস্ফোৰণ ঘটোৱা দেশখনৰ নাম কি ?
উঃ বৃটেইন ।
প্ৰশ্ন: আটাইতকৈ গধুৰ গেছীয় মৌলবিধ কি ?
উঃ ৰেডন।
প্ৰশ্ন: বর্ষাৰ আৰম্ভণিতে মেঘৰ গাজনিত আকাশৰ পৰা নামি অহা বিদ্যুৎক্ষৰণে মাটিৰ বুকুত কি এৰি দিয়ে ?
উঃ নাইট্ৰজেন অক্সাইড।
প্ৰশ্ন:বিজুলী বাতিৰ ফিউজ তাৰ প্রস্তুত কৰিবলৈ সাধাৰণতে কি পদার্থ ব্যৱহাৰ কৰা হয়।
উ: টিন আৰু সীহৰ ধাতু।
প্ৰশ্ন: “বেঘনীসেহাসুৰ” – কি?
উ: বগা পােহৰত থকা সাতটা ৰঙৰ সমষ্টি । যেনে – বেঙুনীয়া, ঘননীলা,নীলা, সেউজীয়া, হালধীয়া, সুমিথিৰা আৰু ৰঙা।
প্ৰশ্ন: অনার্তাৰ যােগে প্রথম বাতৰি প্রেৰণ কৰা বিজ্ঞানীজনৰ নাম কি ?
উঃ মার্কনী।

সংগ্ৰাহক :দীপ্তি কুমাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)