তোমাৰ প্ৰতিচ্ছবি••লহৰজ্যোতি মৰাণ

©Admin
0
নালাগে দিব ৰঙা গোলাপ 
শেৱালী সুবাস ভাল পাওঁ মই
নিয়ৰ সনা উমাল শীতত 
বিচাৰো কেৱল তোমাৰ কোলাহৰ পৰশ
উমাল বুকুত অকনমান জিৰাব ! 

শীতৰ সেমেকা নিয়ৰ সনা পদূলিত
তোমাৰ নামত লিখি ৰাখোঁ আৱেগ ভৰা কবিতা
য'ত ভালপোৱা শব্দৰে মালা গাঁঠিম
তোমাৰ প্ৰতিচ্ছবি ঠিকনা । 


✍️লহৰজ্যোতি মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)