সাগৰ নীলা চকুজুৰি▪️চাদ্দাম হুছেইন

Rinku Rajowar
0
সাগৰ তলিত শামুকৰ বুকু ফালি
কোনেনো ওলালে মুকুতা মণিটি
এটি দুটিকৈ পাহি চিঙি
কিয়নো কষ্ট দিছা
ফুলপাহ ছিগিলেইচোন
তোমাৰহৈ যাব!

এপাহ নীলাফুল তোমালৈ আনিছোঁ
গছজোপাই কান্দিছে অʼ
কিন্তু তোমালৈযে মৰম অসীম?

 বʼলা এতিয়া চকুলো মুচি 
তোমাৰ ভগৱানকে সোঁৱৰো
মোৰ ঈশ্বৰ যে ভাগৰি পৰিছে
মোৰ অভিযোগত।

◾চাদ্দাম হুছেইন
ঠিকনা - আৰিমত্ত বিদ্যাপীঠ হাইস্কুল, ৰঙিয়া 
দূৰভাষ - ৯০৮৫৯৮৩৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)