সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ ২০০৬ চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন?
উত্তৰ -ৰতন থিয়াম।
২/অসমীয়া সমাজৰ সকলো কামতে অপৰিহাৰ্য তামোল শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান?
উত্তৰ - অষ্ট্ৰিক সকল।
৩/২০০২ চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?
উত্তৰ - ড° ভবেন্দ্ৰনাথ শইকীয়া।
৪/ড° নিৰ্মলপ্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়?
উত্তৰ - নীলা বাইদেউ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)