Home কুঞ্জ মোহন কাকতি হিমচেঁচা- কুঞ্জ মোহন কাকতি হিমচেঁচা- কুঞ্জ মোহন কাকতি person©Admin January 25, 2024 0 share মাজ নিশা সাৰ পাই খিৰিকীৰে নীলা চন্দ্ৰ তাপ খনলৈ চালোঁ। বন্ধ কোঠালিত সোমাইছে হিমচেঁচা বতাহ জাক, বৰ ভাল পালোঁ! কিছু সময়ৰ বাবে। হিমচেঁচা পৰিৱেশ কপাঁই তুলিছে শৰীৰ। নাই আৰু সহ্য কৰিব নোৱাৰি,কাপোৰৰ জেপতে পৰিলোঁ সোমাই।। Tags কবিতাকুঞ্জ মোহন কাকতি Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ