নেতাজী-সঞ্জীৱ চৰকাৰ

Rinku Rajowar
0
বীৰ যোদ্ধা
স্বাধীনতা সংগ্ৰামী
তুমি ভাৰতৰ মান
ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতাৰ হকে
ত্যাগিলা অজস্ৰ প্ৰত্যাশা..।

সাহস,প্ৰেৰণাৰ প্ৰতীক
নৱ-প্ৰজন্মৰ 
নিষ্ঠা,সততা,সাহসৰ বাবে 
আজি অমৰ তুমি
মহানতাৰ পৰিচয় পাওঁ 
সবাৰ মুখে মুখে..।

তুমি উদিত সূৰুযৰ ৰাঙলী আভা
তৰাপথৰ নীলা
নহয় আত্মগৌৰৱী 
যুঁজিলা সদা দেশৰ হকে দহৰ হকে 
প্ৰিয় শ্লোগান তোমাৰ
"তোমৰা আমাকে রক্ত দাও,আমি তোমাদের স্বাধীনতা দেবো"..!

✍️ সঞ্জীৱ চৰকাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)