কিছুমান জানিব লগীয়া প্ৰশ্নৰ উত্তৰ

Rinku Rajowar
0
★কোন পিতাপুত্ৰই দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল?
উত্তৰ - পৃথ্বীৰাজ কাপুৰ (১৯৭২ চন), ৰাজকাপুৰ (১৯৮৮ চন)
★ ভাৰতৰ প্ৰথম চিনেমা হলটোৰ নাম কি?
উত্তৰ - " এলফিনস্টোন পিকচাৰ পেলেচ ",কলিকতা,১৯০৫ চন
★ কোনখন ভাৰতীয় চিনেমা প্ৰথম বিদেশত প্ৰদৰ্শন কৰা হয়?
উত্তৰ - হিমাংশু ৰায়ৰ ছবি " লাইট অৱ এছিয়া" 
★ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম মহিলা শিল্পী কোন?
উত্তৰ - নাগিছ দত্ত। তেওঁ ১৯৫৮ চনত " মাদাৰ ইণ্ডিয়া" ছবিৰ বাবে "কালভী মেৰী" বঁটা লাভ কৰিছিল।
★ ভাৰতত প্ৰথম প্ৰদৰ্শন কৰা চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰ - ১৮৯৬ চনত ৭ জুলাইত লুমিয়েৰ ভাতৃদ্বয়ে পোন প্ৰথমে "বিদেশী নিৰ্বাক" চলচ্চিত্ৰ খন মুম্বাইত প্ৰদৰ্শন কৰে।
★ একেবাৰে পুৰুষ চৰিত্ৰ বৰ্জিত মাথো নাৰী চৰিত্ৰৰ ছবিখনৰ নাম কি? 
উত্তৰ - ৰুক্মাৱতী কি হাভেলী
★ ভাৰতৰ প্ৰথম কাৰ্টুন ছবি খনৰ নাম কি?
উত্তৰ - বাবু
★ ভাৰতৰ ত্ৰিমাত্ৰিক ছবি খনৰ নাম কি?
উত্তৰ - মালয়ালম ছবি কুট্ৰিচেথান
★ আটাইতকৈ বেছি গীত থকা চিনেমা খনৰ নাম কি?
উত্তৰ - ইন্দ্ৰসভা। ৭১ টা গীত আছে।
★ চলচ্চিত্ৰৰ ডাবিং পদ্ধতিৰ স্ৰষ্টা কোন আছিল?
উত্তৰ - জৰ্জ ডানিং
★ পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান?
উত্তৰ - ১৪ কোটি ৯৭ লাখ ৩০ হাজাৰ কি:মি
★ পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব কিমান?
উত্তৰ - ৩ লাখ ৮২ হাজাৰ কি:মি
★ সূৰ্যৰ ব্যাস কিমান?
উত্তৰ - ৮ লাখ ৬৬ হাজাৰ কি:মি
★ পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহিবলৈ কিমান সময় লাগে?
উত্তৰ - ৮ মিনিট ১৬ চেকেণ্ড
★ কোন দেশৰ বৈজ্ঞানিকে প্ৰথম কৃত্ৰিম উপগ্ৰহৰ আৱিষ্কাৰ কৰিছিল?
উত্তৰ - ৰাছিয়াৰ বৈজ্ঞানিকে
★ পৃথিৱীৰ ব্যাস কিমান?
উত্তৰ - ৭,৯৭২ মাইল। আয়তন ১,৯৬,৫৫০ মাইল
★ এতিয়ালৈকে আৱিষ্কৃত  ব্ৰক্ষমাণ্ডৰ সকলোতকৈ ডাঙৰ তৰাটোৰ নাম কি?
উত্তৰ - এপছাইলন অ'ৰিগি ।
★ বৰ্তমান এক বছৰত কিমান দিন, কিমান ঘণ্টা, কিমান চেকেণ্ড?
উত্তৰ- ৩৬৫ দিন ৫ ঘণ্টা ৪৬ চেকেণ্ড।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)