জীৱন•ৰাকেশ বিশ্বাস

Rinku Rajowar
0
জীৱন তুমি বৰ অনুপম
জীৱনত দেখুওৱা সপোন
যি সপোন দিঠকত নহয
   যেন মোৰ আপোন
দিশ হেৰাই ক'লৈ গতি কৰিছে
      এই জীৱন
মানুহৰ সমালোচনাৰ শেষ নাই
      এই পৃথিৱীত ।
   জীৱন টো মাথোঁ সংগ্ৰাম
   হাহাকাৰ কৰে এই জীৱন
জীৱন যাত্ৰাত কিমান যে ঘাত প্ৰতিঘাত।
 
এয়াই মানুহৰ জীৱন।

◾ৰাকেশ বিশ্বাস
বাবুপাৰা, বৰপেটা ৰোড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)