✴️ ভট্টদেৱ।
(২) প্রথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী :
✴️ ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য (১৯৭৯)।
(৩) প্রথম অসমীয়া চনেট কবি :
✴️ হেমচন্দ্র গোস্বামী।
(৪) প্রথম অসমীয়া ৰাষ্ট্রপতি :
✴️ ফখৰুদ্দিন আলি আহমেদ।
(৫) উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ :
✴️হলিৰাম ডেকা।
(৬) উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ :
✴️ পার্বতী কুমাৰ গোস্বামী।
(৭) ভাষা আন্দোলনৰ প্ৰথম ছহিদ :
✴️ৰঞ্জিত বৰপূজাৰী।
(৮) প্রথম অসমীয়া চলচ্চিত্ৰ পৰিচালক :
✴️ প্রমথেশ বৰুৱা।
(৯) ৰাষ্ট্ৰপতিৰ মেন অব দ্য নেচন' বঁটা পোৱা প্রথম অসমীয়া :
✴️ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া।
(১০) প্রথম অসমীয়া অর্জুন বঁটা লাভ কৰোঁতা :
✴️ ভোগেশ্বৰ বৰুৱা
(১১) প্রথম অসমীয়া চাহ খেতিয়ক :
✴️ জগন্নাথ বৰুৱা।
(১২) উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ :
✴️ মীৰা শর্মা।
(১৩) বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা :
✴️ বনেলি খংমেন
(১৪) কেন্দ্রীয় মন্ত্রীসভাৰ প্ৰথম মহিলা মন্ত্রী:
✴️ ৰেণুকা দেৱী বৰকটকী।
(১৫) প্রথম অসমীয়া সৰস্বতী বঁটা লাভ কৰোঁতা :
✴️ ড॰ লক্ষ্মীনন্দন বৰা।
(১৬) প্রথম অসমীয়া অলিম্পিয়ান :
✴️ টালিমেৰণ আও।
(১৭) প্রথম অসমীয়া মহিলা মুখ্যমন্ত্রী :
✴️ ছৈয়দা আনোৱাৰা টাইমূৰ।
সংগ্ৰাহক :দীপ্তি কুমাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ