সাধাৰণ জ্ঞান আৰু কুইজ

©Admin
0
(১) প্রথম অসমীয়া গদ্য লেখক :
✴️ ভট্টদেৱ।

(২) প্রথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী :
✴️  ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য (১৯৭৯)। 

(৩) প্রথম অসমীয়া চনেট কবি :
✴️  হেমচন্দ্র গোস্বামী।

(৪) প্রথম অসমীয়া ৰাষ্ট্রপতি :
✴️ ফখৰুদ্দিন আলি আহমেদ।

(৫) উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ : 
✴️হলিৰাম ডেকা।

(৬) উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ :
✴️ পার্বতী কুমাৰ গোস্বামী।

(৭) ভাষা আন্দোলনৰ প্ৰথম ছহিদ :
✴️ৰঞ্জিত বৰপূজাৰী। 

(৮) প্রথম অসমীয়া চলচ্চিত্ৰ পৰিচালক :
✴️ প্রমথেশ বৰুৱা।

(৯) ৰাষ্ট্ৰপতিৰ মেন অব দ্য নেচন' বঁটা পোৱা প্রথম অসমীয়া :
✴️ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়া।

(১০) প্রথম অসমীয়া অর্জুন বঁটা লাভ কৰোঁতা :
✴️ ভোগেশ্বৰ বৰুৱা

(১১) প্রথম অসমীয়া চাহ খেতিয়ক :
✴️  জগন্নাথ বৰুৱা।

(১২) উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ :
✴️ মীৰা শর্মা।

(১৩) বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা :
✴️ বনেলি খংমেন

(১৪) কেন্দ্রীয় মন্ত্রীসভাৰ প্ৰথম মহিলা মন্ত্রী: 
✴️ ৰেণুকা দেৱী বৰকটকী।

(১৫) প্রথম অসমীয়া সৰস্বতী বঁটা লাভ কৰোঁতা :
✴️ ড॰ লক্ষ্মীনন্দন বৰা।

(১৬) প্রথম অসমীয়া অলিম্পিয়ান :
✴️ টালিমেৰণ আও।

(১৭) প্রথম অসমীয়া মহিলা মুখ্যমন্ত্রী :
✴️ ছৈয়দা আনোৱাৰা টাইমূৰ।

সংগ্ৰাহক :দীপ্তি কুমাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)