আজিৰ দিনটোৰ বিশেষত্ব ২২ জানুৱাৰী

©Admin
0
২২ জানুৱাৰী (ইংৰাজী: 22 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২২ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৬টা দিন (অধিবৰ্ষত ৩৪৭টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -


ঘটনাৰাজি---
১৯৬৩ - দৃষ্টিহীনসকলৰ বাবে জাতীয় গ্ৰন্থাগাৰ প্ৰতিষ্ঠা কৰা হয়।

জন্ম - - - 
১৫৬১ - ফ্ৰান্সিছ বেকন ইংৰাজ সাহিত্যিক।
১৭৪৭ - টিমথী ডেক্সটাৰ, আমেৰিকান ব্যৱসায়ী।
১৭৮৮ - বায়ৰন, ইংৰাজ কবি। তেওঁৰ সম্পূৰ্ণ নাম জৰ্জ গৰ্ডন।
১৮৭৭ - দেশভক্ত তৰুণৰাম ফুকন, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
১৯০৮ - লে'ভ লাণ্ডাউ, ছ'ভিয়েট পদাৰ্থ বিজ্ঞানী।
১৯২৭ - নিপ বৰুৱা, অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।
১৯৪৯ - মাণিক চৰকাৰ, ভাৰতীয় ৰাজনীতিবিদ তথা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

মৃত্যু -----
১৬৬৬ - শ্বাহজাহান, মোগল সম্ৰাট।
১৯০১ - ৰাণী ভিক্টোৰিয়া, ইংলেণ্ডৰ ৰাণী।
১৯৯৬ - দুৰ্গেশ্বৰ বৰঠাকুৰ, নাট্যকাৰ, অভিনেতা আৰু অসমীয়া চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ।

সংগ্ৰাহক :দীপ্তি কুমাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)