৯ জানুৱাৰী - ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0
ঘটনাৱলী

১৯১৫ - জাতিৰ পিতা মহাত্মা গান্ধীৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন।
১৯৫১ - ৰাষ্ট্ৰসংঘৰ নিউ য়ৰ্ক স্থিত কাৰ্য্যালয়ৰ মুকলি।
জন্ম
১৮৩১ - ফাতিমা শ্বেখ, ভাৰতীয় শিক্ষাবিদ আৰু সমাজ সংস্কাৰক।
১৯২২ - হৰগোবিন্দ খোৰানা, ভাৰতীয় বংশোদ্ভৱ নোবেল বটা বিজয়ী প্ৰখ্যাত চিকিৎসা বিজ্ঞানী।
১৯২৬ - ধৰণী বৰ্মণ, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা, পৰিচালক আৰু প্ৰযোজক।
১৯২৭ - সুন্দৰলাল বহুগুণা, ভাৰতীয় গড়ৱালী পৰিৱেশবিদ আৰু চিপকো আন্দোলনৰ নেতা।
১৯৫৫ - সুব্ৰমনিয়ম জয়শংকৰ, ভাৰতীয় কূটনীতিবিদ আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী।
১৯৬৫ - ফাৰাহ খান, ভাৰতীয় ছবি নিৰ্মাতা, ছবি প্ৰযোজক, অভিনেত্ৰী, নৃত্যশিল্পী, আৰু নৃত্য-পৰিচালক।
১৯৭৪ - ফাৰহান আখতাৰ, বলীউদ গায়ক, অভিনেতা তথা চিত্ৰ নিৰ্মাতা।
২০০০ - হিমা দাস, অসমীয়া দৌৰবিদ।

মৃত্যু

১৯৯৬ - ফিয়েৰলেচ নাদিয়া, অষ্ট্ৰেলিয়ান-ভাৰতীয় অভিনেত্ৰী তথা ষ্টাণ্ট ৱমেন।
দিৱস

প্ৰবাসী ভাৰতীয় দিৱস (ভাৰত)।
শ্বহীদ দিৱস (পানামা)।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)