প্ৰণয়ৰ বতৰা দিয়া -সত্যজিৎ কলিতা

©Admin
0
প্ৰণয়ৰ বতৰা দিয়া, 
একুবু কেঁচা মৰম দিয়া, 
আঁহা আৰু এখোজ আগুৱাই
খামুচি ধৰা মোৰ বাহুত
প্ৰচণ্ড জোৰে ।
এৰি দিও আহা
প্ৰেমৰ পানচৈ পালতৰা।
তুমি হিয়াৰ বতৰা দিয়া
উন্মনা মনে ফাগুন হেঙুলীয়া কৰা
হেঁপাহ বোৰ জ্বলাই দিও আহা, 
সেউজীয়াবোৰ হালধীয়া কৰা।

✍️সত্যজিৎ কলিতা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)