ফাগুনৰ বা লাগি হালে জালে গা -নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
ফাগুনৰ এটি পৰশতে 
জাগ্ৰত হয় হৃদয়ৰ  
এটি আকুল অনুভূতিৰ , 
কি নাম দি মাতিম 
মাতিম তোমাক
অ' মোৰ হৃদয়ৰ গৰাকী ? 
তাহানিৰ দিনত হোৱা হ'লে আজি গ'লোহেঁতেন তোমাৰ কাষলে , 
এতিয়া ফাগুন মানে নহয় জানা 
কাষতে তোমাক পাবলে , 
এয়া যে ফাগুন মাথো তোমাক সোঁৱৰিবলে । 
ফাগুনৰ পছোৱা বতাহে 
মন মোৰ উৰুৱাই নিলে
বাউলী ফাগুনৰ বা লাগি
হালে জালে গা জানানে ।


•নবীন চন্দ্ৰ মেধি
গোলাঘাট । 
৮১৩৫৮৭৪৮০৮ । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)