মাথোঁ হাহাকাৰ - চাদ্দাম হুছেইন

Rinku Rajowar
0
     মানুহবোৰ
     পুতলা মাটিৰ
     সজাই থলেও মাটিৰ
     ভাঙি গ'লেও মাটিৰ ।

     সভ্যতাৰ পোছাকত
     পাহৰি সকলো
     মাথোঁ হাহাকাৰ,

     ছিঙি গ'লে হৃদয়ৰ জৰী
     মদ, চিগাৰেট, কিম্বা বন্দুক
     নহ'লে বুকুৰ আপোন 
     এখিলা কাগজ !
  

✍️চাদ্দাম হুছেইন
ৰঙিয়া, কামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)