ফাগুন-অনিস্মিতা কলিতা

©Admin
0
ফাগুন  মানেই সদায় এক অনন্য উপলব্ধি।
শিমলুৰ  উলাহ আৰু বাউলী বতাহে চুলি কপোৱাঁ ফাগুনত প্ৰেমত পৰোঁ,,
ৰোমাঞ্চিত  হওঁ!
 ফাগুনৰ ৰঙাখিনিৰে আকৌ এবাৰ স্নেহেৰে পখালোঁ 
নিজানত শুই থকা হৃদয়খনক!!
এনে ভাললগাৰ এহেজাৰ এটা অজুহাতৰ বাবেই ফাগুন মোৰ প্ৰিয়।।
     
                       

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)