অমৰ প্ৰেম(ইংৰাজী ৰোমান্টিক যুগৰ কবি জন কীটচৰ জীৱনৰ আধাৰত)-নাছিৰ আহমেদ

©Admin
0
প্ৰিয়তমা ফেনী ব্ৰাউনৰ দেহৰ ভাঁজে ভাঁজে পৰম শান্তি,অবাঙ মনোস গোচৰঃ অনিৰ্বচনীয় সৌন্দৰ্য্যৰ 
ব্যঞ্জনা,সত্য -শিৱ -সুন্দৰৰ সাধনা" Truth is beauty, beauty is truth" ," A thing of beauty is joy for ever " ৰ প্ৰৱাহত এপিয়লা প্ৰেমৰ দ্ৰাক্ষাৰসত মন-প্ৰাণ সিক্ত হৈ ৰোমান্টিক প্ৰেমৰ কবি জন কীটচে ইন্দ্ৰীয় প্ৰেমৰ চিৰি বগাই বগাই অতীন্দ্ৰিয় প্ৰেমত উপনীত হোৱাৰ তীব্ৰ মিলনেচ্ছাৰ ফলত তেওঁৰ কলিজাৰ কেঁচা তেজ মুখেৰে ফেনেকি ফেনেকি ওলাই মাত্ৰ ত্ৰিছ বছৰ বয়সতে জন কীটচৰ জীৱন-আকাশৰ ডুবন্ত সূৰুযে শেষ ৰশ্মিকণ ঢালি দিলে।

          তেতিয়া জন কীটচে প্ৰেমিকা ফেনি ব্ৰাউনৰ নামত কলিজাৰ কেঁচা তেজেৰে মৃত্যুৰ আগমুহূৰ্তত সমাধি তলিত অংকিত কৰিলে মাথোঁ এষাৰ বাক্য-- " Here lies one whose name was writ in water."

✍️নাছিৰ আহমেদ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)