প্ৰেমৰ উৎসৱ ভেলেন্টাইন ডে-নিপু কুমাৰ দাস

©Admin
0
প্ৰেম প্ৰেম কিযে ই মধুৰ আলসুৱা প্ৰেম 
সৃষ্টিৰ পাতনিত ই যেন আজন্ম প্ৰেম

আজি প্ৰেমৰ উৎসৱৰ পবিত্ৰতাৰ সুদিন 
প্ৰেমিক প্ৰেমিকাৰ হৃদয়ত প্ৰেমৰ আলোড়ন

বিশ্বাস আৰু বিশ্বাসীকতাৰ হেনো সুদিন
সৰগীয় প্ৰেমৰ যেন এক সুমধুৰ ক্ষণ

য'ত প্ৰেমিক প্ৰেমিকাৰ প্ৰতাৰণাৰ নাই লেখ
য'ত আছে হাঁহি আৰু আনন্দৰ অভিলেখ

এইয়ায়ে আজি প্ৰেমৰ উৎসৱৰ দিন 
বিশ্ব সকলোৱে জানে আজিৰ এই দিন

এইয়ায়ে মধুৰ মিলনৰ পূৰ্ণতাৰ পূৰ্ণদিন
প্ৰেমিক প্ৰেমিকাৰ উছৱৰ ১৪ ফেব্ৰুৱাৰীৰ দিন ।

                                                 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)