৮ ফেব্ৰুৱাৰী দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ২০০৫ চনত গুগল মেপ্চৰ আৰম্ভণি কৰা হৈছিল।
২/ আজিৰ দিনটোতে ১৭৯৪ চনত জাৰ্মান বিশ্লেষণ ৰসায়ন বিজ্ঞানী ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৮২৮ চনত ফ্ৰান্সৰ কবি জুল ভাৰ্নৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ২০১৭ চনত পিটাৰ ইংলেণ্ডৰ ন’বেল পুৰস্কাৰ প্ৰাপ্ত চিকিৎসক পিটাৰ মেন্সফিল্ডৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে ২০১৯ চনত মধ্যপ্ৰদেশৰ ৰাজনীতিবিদ
ভাগৱত পেটেলৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ