আজিৰ দিনটোৰ বিশেষত্ব ৫ ফেব্ৰুৱাৰী

©Admin
0

৫ ফেব্ৰুৱাৰী (ইংৰাজী: 5 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৬ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩২৯টা দিন (অধিবৰ্ষত ৩৩০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৱলী----
১৯৩৭ - চাৰ্লি চেপলিন অভিনীত প্ৰথম সবাক চলচ্চিত্ৰ মডাৰ্ন টাইমছ মুক্তি লাভ কৰে।
জন্ম-----
১৯১৪ - উইলিয়াম এছ বাৰ’জ, আমেৰিকাৰ বিট আন্দোলনৰ চুটিগল্পকাৰ আৰু ঔপন্যাসিক।
১৯৩২ - শংখ ঘোষ, ভাৰতীয় কবি আৰু সমালোচক।
১৯৭৬ - অভিষেক বচ্চন, ভাৰতীয় অভিনেতা।
১৯৮৫ - ক্ৰিষ্টিয়ানো ৰোণাল্ডো, পৰ্তুগালৰ পেছাদাৰী ফুটবল খেলুৱৈ।
১৯৯০ - ভুৱনেশ্বৰ কুমাৰ, ভাৰতীয় ক্ৰিকেট খেলুৱৈ।
১৯৯২ - নেইমাৰ, ব্ৰাজিলৰ পেছাদাৰী ফুটবল খেলুৱৈ।
মৃত্যু---
১৯৯৯ - ইন্দ্ৰাণী ৰহমান, ভাৰতৰ ভাৰতনাট্যম, কুচিপুড়ি, কথাকলি আৰু ওদিছি নৃত্যশিল্পী।
২০১৪ - যুথিকা ৰায়, ভাৰতীয় ভজন গায়িকা।
২০১৬ - জন্‌ছ মহলীয়া, অসমৰ চলচ্চিত্ৰ নিৰ্মাতা।
দিৱস----
সংবিধান দিৱস (মেক্সিকো)।
একতা দিৱস (বুৰুন্দি)

সংগ্ৰাহক :দীপ্তি কুমাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)