৪ ফেব্ৰুৱাৰী আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0

আজি ৪ ফ্ৰেব্ৰুৱাৰী। প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোতে ইতিহাসত সংঘটিত হোৱা কেইটিমান ঘটনাঃ

১৬২৮ চনৰ আজিৰ দিনটোতে শ্বাহজহাঁক আগ্ৰাৰ সম্ৰাট হিচাপে ঘোষণা কৰিছিল ৷

১৭৮৯ চনৰ আজিৰ দিনটোতে জৰ্জ ৱাশ্বিংটনক আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে অধিস্থিত কৰে ৷

১৮৮১ চনৰ আজিৰ দিনটোতে লোকমান্য তিলকৰ সম্পাদনত দৈনিক বাতৰি কাকত কেসৰীৰ প্ৰথম সংস্কৰণ প্ৰকাশ হয় ৷

১৯২৪ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীক অসুস্থতাৰ কাৰণে কোনো ধৰণৰ চৰ্ত নোহোৱাকৈ মুম্বাইৰ জেলৰ পৰা মুক্ত কৰি দিয়ে ৷

১৯৪৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ সপ্তম আৰ্মী বৰ্মাত জাপানে আক্ৰমণ কৰে ৷

১৯৪৮ চনৰ আজিৰ দিনটোতে RSS য়ে ৰিৰ্জাৱ বেংকৰ ৰাষ্ট্ৰীয়তাত প্ৰতিবন্ধকতা আৰোপ কৰে ৷

১৯৪৮ চনৰ আজিৰ দিনটোতে বিট্ৰিছ শাসনৰ পৰা শ্ৰীলংকাই স্বাধীনতা লাভ কৰে ৷

১৯৫৩ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰৰ সন্দৰ্ভত প্ৰথমবাৰৰ কাৰণে প্ৰথমবাৰৰ কাৰণে আলোচনা হয় ৷

১৯৭৬ চনৰ আজিৰ দিনটোতে লোকসভাক একবছৰৰ কাৰণে বঢ়াই দিয়ে ৷

১৯৯০ চনৰ আজিৰ দিনটোতে এৰ্নাকুলামক ভাৰতৰ সকলোতকৈ প্ৰথম শিক্ষিত ৰাজ্য হিচাপে ঘোষিত কৰে ৷

২০০৪ চনৰ আজিৰ দিনটোতে পৃথিৱীক পৰিৱতন কৰা ছ’চিয়েল চাইট ফেচবুকক মাৰ্ক জুকাৰবাৰ্গে লঞ্চ কৰে ৷

আহক চাওঁ আজিৰ দিনটোত জন্ম হোৱা মহান ব্যক্তিসকলৰ তালিকাঃ

১৯২২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ শাস্ত্ৰীয় গায়ক পণ্ডিত ভীমসেন জোশীৰ জন্ম হৈছিল।

১৯২৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ নৱম উপৰাষ্ট্ৰপতি কোচেৰিল ৰমন নাৰায়নৰ জন্ম হৈছিল ৷

১৯৩৮ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰসিদ্ধ কথক কলাকাৰ বিৰজু মহাৰাজৰ জন্ম হৈছিল ।

১৯৭৪ চনৰ আজিৰ দিনটোতে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাণ্ডোডকাৰৰ জন্ম হৈছিল ৷

এইবাৰ আহক চাওঁ আজিৰ দিনটোত মৃত্যু হোৱা মহান ব্যক্তিসকলৰ তালিকাঃ

১৯৩৪ চনৰ আজিৰ দিনটোতে দেশভক্ত মধূসুদন দত্তই ইহলীলা সম্বৰণ কৰে ৷

১৯৭৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ গণিতজ্ঞ সত্যেন্দ্ৰ নাথ বোসে ইহলীলা সম্বৰণ কৰে ।

২০০১ চনৰ আজিৰ দিনটোতে ক্ৰিকেটৰ পংকজ ৰায়ে ইহলীলা সম্বৰণ কৰে ৷

২০০২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ অভিনেতা ভগৱান দাদায়ে ইহলীলা সম্বৰণ কৰে ।

আজি বিশ্ব কেন্সাৰ দিৱস। 

সংগ্ৰাহক : মধুমিতা গগৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)