সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/ ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক’ত হৈছিল ?
উত্তৰ: কলিকতাত।
২/কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ: ৰঘূদেৱ।
৩/দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে ?
উত্তৰ: ১৯৩১ চনত  ।
৪/অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
উত্তৰ: ২ খন ।
৫/GST কেইপ্ৰকাৰৰ হয় ?
উত্তৰ: ৪ প্ৰকাৰৰ।
৬/কেবিনেট মিশ্যন ভাৰতলৈ কেতিয়া আহিছিল ?
উত্তৰ: ১৯৪৬ চনত।
৭/ ৰাজ্যপাল বানৱাৰিলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰে ?
উত্তৰ: ২০১৭ চনত।
৮/ ‘দেওলাংখুই’ ৰ ৰচক কোন ?
উত্তৰ: ৰীতা চৌধুৰী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)