২২ ফেব্ৰুৱাৰী ইতিহাসত আজিৰ দিনটো

©Admin
0
২২ ফেব্ৰুৱাৰী  দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৩তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১২টা দিন বাকী থাকে।
আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/আজিৰ দিনটোতে ১৮৫৭  চনত স্কাউট’ শিক্ষা পদ্ধতিৰ প্ৰবৰ্তক লৰ্ড বেডেন পাৱেলৰ জন্ম হৈছিল।
২/ আজিৰ দিনটোতে ১৯১৪ চনত অসমীয়া ৰোমান্তিক কবি দেৱকান্ত বৰুৱাৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে 
১৯৪৪ চনত ভাৰতীয় ৰাজনৈতিক কৰ্মী কস্তুৰবা গান্ধীৰ মৃত্যু হৈছিল।
৪/ আজিৰ দিনটোতে 
১৯৫৮ চনত ভাৰতীয় পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামী আবুল কালাম আজাদৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে 
১৯৯৪ চনত অসমীয়া কবি বিনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু হৈছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)