কুইজ

@admin
0
প্ৰশ্নঃ
(১) ভাৰতবৰ্ষই নিজাকৈ সাজি উলিওৱা প্ৰথম ছুপাৰ কম্পিউটাৰটোৰ নাম কি ?j
(২) চন্দ্ৰত পানী থকাৰ কথা সন্ধান কৰা যানখনৰ নাম কি ?
(৩) কোনগৰাকী ব্যক্তিক "মানৱ কম্পিউটাৰ" বুলি আখ্যা দিয়া হৈছে ?
(৪) PARAM ছিৰিজৰ ছুপাৰ কম্পিউটাৰৰ খনিকৰ বুলি কাক কোৱা হয় ?
(৫) ভাৰতৰ প্ৰথমখন কৃত্ৰিম উপগ্ৰহ বাহন কি ?


উত্তৰঃ
1। পৰম সিদ্ধি-এআই
2।চন্দ্ৰযান-১
3। শকুন্তলা দেৱী
4। বিজয় ভাতকৰ
5 ।আৰ্যভট্ট 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)