অবুজ সাঁথৰ - মৌচুমী ভূঞা

©Admin
0
আজি অতীতে বৰকৈ
আমনি কৰিছে,
অতীতৰ স্মৃতিয়ে হাত
বাউলি দি মাতিছে।
হৃদয়ৰ কোনোবাখিনিত
যেন বিষাদে আৱৰি ধৰিছে।
বহু প্ৰশ্নই 
মোৰ হিয়া নধৰা কৰিছে।
হৃদয়ত মাথোঁ প্ৰশ্নৰ 
উদয় হে হৈছে,
কিন্তু তাৰ উত্তৰ,
কোনোদিনেই বিচাৰি 
পোৱা নাই ।
এক অবুজ সাঁথৰৰ দৰে। 

✍️মৌচুমী ভূঞা 
   শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)