অন্তৰ্দগ্ধ - জ্যোতিস্মিতা বৰা

©Admin
0
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বহুত কাতৰ মিনতি কৰা সত্ত্বেও ৰিয়াক মালিকে কামৰ পৰা অব্যাহতি নিদি বৰং ভিকহুৰ জাত বুলি ঘৰৰ পৰা উলিয়াই দিলে। 
     আজি মালিকে তাইৰ কেবিনত ৰৈ আমনি লগাত অলপ সোনকালে কাম কৰিবলৈ কোৱাত ৰিয়াই দলিয়াই দিয়া ফাইল কেইটা আহি তেওঁৰ মুখত পৰিলত তেওঁ অন্তৰ্দগ্ধ হৈ উভতি আহিল। 

✍️জ্যোতিস্মিতা বৰা
      যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)