সাধাৰণ জ্ঞান - কুইজ

©Admin
0
১/অসম দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:২ ডিচেম্বৰ ।

২/অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছে?
উত্তৰ:বৰপেটা, নলবাৰী আৰু কামৰূপ ।

৩/ অসমৰ সৈনিক স্কুল কোনখন ঠাইত অৱস্থিত?
উত্তৰ:গোৱালপাৰা জিলাৰ মৰনৈ ।

৪/ অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল?
উত্তৰ:যোৰহাট ।

৫/অসমৰ"College of Fisheries Science" ক'ত অৱস্থিত?
উত্তৰ:ৰহা ।
৬/অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলিও জনা যায়?
উত্তৰ:হাফলং ।

৭/ অসমৰ কোনখন চহৰক"The Cultural Capital of Assam" বুলি কোৱা হয়?
উত্তৰ :যোৰহাট ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)