Home দিৱ্যজ্যোতি মালো গোলাপ-দিৱ্যজ্যোতি মালো গোলাপ-দিৱ্যজ্যোতি মালো person@admin March 23, 2024 0 share তুমি এদিন আহিছিলা মোলৈ যেন গোলাপৰ কলি হৈহৃদয়ত আছিলা তুমি সেই দিনৰে পৰা প্ৰত্যাশা হৈ।দিনৰ পিছত দিন গ'ল বেলিৰ দ্যুতিত কুসুম বতাহততোমাৰ পাহিবোৰেও যেন ৰাতুল স্বন্দ ৰিজাই গ'ল।মনলৈ থকা উদাসীনতা আজিও যেনতোমালৈ প্ৰতীক্ষা হৈ ৰʼল। Tags কবিতাদিৱ্যজ্যোতি মালো Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ