২২ মাৰ্চ ইতিহাসত আজিৰ দিনটো

©Admin
0

২২ মাৰ্চ  হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮১তম  দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৪টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -

১/ আজিৰ দিনটোতে ১৭১২ চনত ইংৰাজ কবিএডৱাৰ্ড মোৰেৰ জন্ম হৈছিল।

২/ আজিৰ দিনটোতে ১৮৬৮ চনত  আমেৰিকান পদাৰ্থবিজ্ঞানী ৰবাৰ্ট মিলিকানৰ জন্ম হৈছিল।

৩/ আজিৰ দিনটোতে ১৯৩১ চনত নোবেল বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী বাৰ্টন ৰিখটাৰৰ জন্ম হৈছিল।

৪/ আজিৰ দিনটোতে ১৮৯২ চনত  অসমীয়া কবি

বিষ্ণুপ্ৰিয়া দেৱীৰ মৃত্যু হৈছিল।

৫/ আজিৰ দিনটোতে ১৯৭৭  চনত ভাৰতীয় ৰাজনীতিক   এ. কে. গোপালনৰ মৃত্যু হৈছিল।

৬/ আজিৰ দিনটোতে ২০১৬ চনত আমেৰিকান অভিনেত্ৰী ৰিটা গামৰ মৃত্যু হৈছিল।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)