২২ মাৰ্চ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৪টা দিন বাকী থাকে।এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ'ল -
১/ আজিৰ দিনটোতে ১৭১২ চনত ইংৰাজ কবিএডৱাৰ্ড মোৰেৰ জন্ম হৈছিল।
২/ আজিৰ দিনটোতে ১৮৬৮ চনত আমেৰিকান পদাৰ্থবিজ্ঞানী ৰবাৰ্ট মিলিকানৰ জন্ম হৈছিল।
৩/ আজিৰ দিনটোতে ১৯৩১ চনত নোবেল বিজয়ী আমেৰিকান পদাৰ্থবিজ্ঞানী বাৰ্টন ৰিখটাৰৰ জন্ম হৈছিল।
৪/ আজিৰ দিনটোতে ১৮৯২ চনত অসমীয়া কবি
বিষ্ণুপ্ৰিয়া দেৱীৰ মৃত্যু হৈছিল।
৫/ আজিৰ দিনটোতে ১৯৭৭ চনত ভাৰতীয় ৰাজনীতিক এ. কে. গোপালনৰ মৃত্যু হৈছিল।
৬/ আজিৰ দিনটোতে ২০১৬ চনত আমেৰিকান অভিনেত্ৰী ৰিটা গামৰ মৃত্যু হৈছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ